পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাহী। [ ১ বছৰ ৪সংখ্যা। প্ৰকৃত সমালোচকৰ গুণেৰে বিবৰ্জিত হোৱাৰ বাবে অনেক সম্পাদকে তেওঁ- লোৰ কাপৰ অপব্যৱহাৰ কৰি নিন্দাৰ ভাজন সে হয়েই, তাৰ উপৰি কেতিয়' বা “কেপ্তেইন এক্ৰৰ হাতত পাইওনিয়ৰ কাকতৰ সম্পাদক চেচনি চাহাবৰ দুৰ্গতি হোৱাৰি তেওঁলোকৰ দুৰ্গতি হবৰৰ আশঙ্কা থাকে। যি সম্পাদকে নিজ কৰ্তব্য বুজি ভদ্ৰতা আৰু ক্ষমতা সীমা ডেই নাযায় তেওঁৰ বিপদ কেতিয়াও নাই। ওপৰত লেখা পাতনিৰ ওৰ পেলাই কওঁ যে আমি বহীত সমালোচনা কৰিবলৈ অনেক কিতাপ পাইছে। কিন্তু আমি খোলাখুলিকৈ কোৱা ভাল যে সেই কাম কৰিবলৈ আমাৰ গাত মোগ্যতা আছে বুলি আমাৰ বিশ্বাস নাই। সেইদেখি আমি সেই বিষয়ত সংকুচিত হৈ পৰিছে। লেখকসকলে যদি তেওঁ- সোকৰ কিতাপৰ সমালোচনা উপমুক্ত মানুহৰ হতুৱাই নিৰপেক্ষভাৱে কৰোৱাই আমাৰ কাকতত ছাপিবলৈ পঠিয়ায় তেন্তে সেই সমালোচনা আমি মনে বাঁহীত ছাপিবলৈ সাজু আছে; তাকে নকৰি তেওঁলোকে আমাক সমালোচক বাৰ দিলেহে আমি বিপদত পৰে। সঙ্গীতকোষ। ঐযুত লক্ষ্মীৰাম বৰুৱাৰ দ্বাৰাই সংগৃহীত আৰু সম্পাদিত। বেচ ১৪। আমাৰ দেশত গানৰ কিতাপৰ অভাৱ কেনে তাফসলাৱে জানে। আজিকালি প্ৰচলিত নতুন বিধৰ গান আৰু সেই গান গাৰ জনা মানুহ আমাৰ দেশত ইমান তাকৰ ৰে নাই বুলিলেই হয়। বৰুৱাদেওৰ যতনত সেই অভাব অনেক পৰিমাণে খুচিছে। বৰদেও সঙ্গীত বিদ্যাত সুনিপুণ লোক। তেওঁৰ মুখৰ গান বাহী সম্পাদকে অনেক কাণৰ আগেয়ে শুনিবলৈ পাইছিল। সেই গানৰ সুমধুৰ ধ্বনি সম্পাদকৰ কাণত এতিয়াও লাগি আছে। তেনেন গানৰ আৰাই সংগৃহীত আৰু সম্পাদিত গান যে অসমীয়াৰ আগৰৰ হৰ তাত সন্দেহ কি? শীত-কোৰৰ গানবোৰ যাতে আসামত তালকৈ প্ৰচলিত হয়, তাৰ নিমিত্তে বৰুৱাদেৱে চেষ্টা কৰা উচিত, আৰু অসমীয়া মানুহেও সঙ্গীত-কোৰ কোখন কিনলেও সেই কাশত সহায় কৰা উচিত। বাদেৰে সঙ্গীত-কোষ