পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৩৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কা , ১৮১৩] সম্পাদক চবা। নামৰ নাইবা মুখৰ ফালে চাই ওপৰে ওপৰে ডাল বেয়া ইত্যাদি সমালোচনা মাৰি পঠিয়াই দি গা সাৰে। কোনো কোন সম্পাদকে বা অচিনাকি কিতাপটো পঢ়ি সমালোচনা কৰ আহকালৰ কামটো বাদ দি ঢিলা কাম চিনাকি একজনকে ধৰি সমালোচনা কৰি থয়। কোনো কোনো সম্পাদকে আকৌ সমালোচনা মানে গালি বুলি বুজি লৈছে। সেইদেখি তেওঁলোকে কোনো গ্ৰন্থকাৰৰ কিতাপ সমালোচনা কৰিবলৈ বহি গালিৰে তাৰ সপিঞ্জীকৰণ কৰি থৈ দিয়ে। কোনোৱে আকৌ সমালোচনা মানে নিপনীয় প্ৰশংসা কোনোবা অভিধামত কেতিয়াবা পাই পটি মুখস্থ কৰি থৈছে; সেইদেখি তেওঁৰ কাপৰ আগৰপৰা পানী-নিদিয়া প্ৰশংসাতে ধাৰ নিছিগাকৈ বয়। ইত্যাদি বিধৰ নানা “ৰং-বেৰঙৰ” সমালোচনা সম্পাদক- সকলৰ সত্ৰত প্ৰচলিত থকাটো আমি লক্ষ্য কৰিছে। এইবিলাক যি হওক, এইটো নিশ্চয় যে সমালোচনা বৰ টান কাম। সশ- লোচকজন ধৰমী স্যায়ৱন্ত বিচক্ষণ আৰু সুবিচাৰক হব লাগে, নতুবা তেওঁ প্ৰকৃত সমালোচকৰ আসনত বহিব নোৱাৰে। কাকতৰ সম্পাদক হবৰ উপযুক্ত লোক বিচাৰ-খোচাৰ কৰিলে এবুৰি-আদবুৰি মিলে, কি আচল সমালোচক বৰ পুৰুষাৰ্থ কৰি বিচাৰিলেও এজন-আধজন মিলা টান। সমালোচক নাম লৈ চলা লোক কুৰিয়ে কুৰিয়ে পোৱা যায়, কিন্তু তেওঁলোকক বাই চালে সচা সমালোচক ৰজাদি তেওঁলোক নাবাজে। কোনো লোক সম্পাদক হলেই যে তেওঁ সমালোচকৰ উপযুক্ত হল এনে নহয়। ভাল গৰখীয়া হলেই যে ভাল হাতী-মাউত হব পাৰি, অথবা ভাল গায়ন হলেই যে ভাল বায়ন হৱ পাৰি এনে নহয়। সমালোচক হবলৈ যোৱাজনৰ গাত পক্ষ- পাতিত, গ্ৰাহী, আৰু ধৰ্ম্মান থাকিব লাগে, আৰু এচলিত হিসায়ী স্বভাৱটো খাকিব নালাগে;নতুৰা তেওঁৰকাৰৰ আগৰপৰা সমালোচনা-অমৃতৰ ঠাইত ক্তি প্ৰসালিন্দা আৰু গালিৰ লাহুল যে নোলাই নাকে এইটো নিকা।