পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাঘ, ১৮৩১] সংহ। ১৫ যে তেওঁক তেওঁলোকে পিছত গেৱতাক দিয়া পৰে পূজা দি থাকিব লাগিব, আৰু ভালকৈ এটা তো খাবলৈ দিব লাগিব। লওবাসীসকল ভাত মাভি হত, বুঢ়াৰ সন্মতিক্ৰমে লেংডনৰ পুতেকে সেই ফালেই অৰ্থাৎ বুঢ়া বহি থকা ফালেই কঁড় মাৰি লাওটো কুটাই দি তাৰ ভিতৰৰ জীৱন বোৰ মুকলি কৰি দিলে। ইয়াৰ পিছত আইকানে মানুহবোৰ নিৰ নিজৰ কাম কাম শিকালে, চৰাইবোৰক বাহ সাবিলৈ শিকালে আৰু আন বোৰকো কেনেকৈ আহাৰ সংগ্ৰহ কৰি খাই শংসাযাত্ৰা নিৰ্বাহ কৰি থাকিব লাগিব শিকাই দিলে। খাওলিপলিষ্টে আজিলৈকে দেওথাই বইলুংসকলৰপৰা পূজা পাই আহিছে। লক্ষ্মীনাথ বেবৰুৱা। সংগ্ৰহ। অসমীয়। বাৰিষ্টৰ।ৰৰ আনন্দৰ কথা যে আমাৰ গৌৰৱ ৰায় গুণাভিৰাম বৰুৱা ৰহাৰৰ পুতেক শ্ৰদ্ধাস্পদ শ্ৰীযুত মজঙিৰ বৰুৱাই বিলাতত খাৰিৰি পৰীক্ষাত ভালৰূপে উত্তীণ হৈ কলিকতালৈ উভতি আহিছে। আজিকালি মাৰিৰি পৰীক্ষা পাচ” কৰাটো আগৰ কাণৰ নিচিনা উৰু নহয়। বৰ ভাবীয়াই “হি আৰু মংগীৰ” আই- নৰ পৰীক্ষাত বিতীয় বিভাগৰ প্ৰথম চাই এধিকাৰ কৰিছিল। আজিলৈকে পাঁচম অসমীয়া ৱিৰি অলাত উঠিছে। (১) আনন্দৰাম বৰুৱা, (২) মিঠ মনি, (৩) ৰিৰ তৰুণৰাম ফুকন, (৪) যি ৰানো চৌধাৰী (৫) যিৰ নাভিৰাম বৰুৱ। আমাক আৰু ৰাখিব লাগে। শৰ কথাৰে কলিকতাৰ লগৰৰ সৰপৰা ১ বাৰি বিষ্টৰ বৰুৱাক আদৰণিকা (address) যি আৰিলে। • সে চাই আনিছে সে গও কি কি সৈতে মিলানো লাগিয়ে বিলকি নিলো। শাৰ পৰ একজন নি তা আৰু পুৰোনি গানচিত।