পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১১৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৃপাবৰ বৰুৱাৰ সামৰণি। ঘুৰীৰ বাহ। দুৱৰি। “হুজুৰ তিন বাৰু ইজুৰকা স্যাত মুলাকাত কৰনে আয়; হা- মে ধাৰা হয়।” বৰুৱা চালাম দেও।” {ক, ও, গৰুৰ প্ৰবেশ আহক, আহক, বহক, বক, কেনে আছে? কেতিয়া আহিল?” ক। “ভালে আছে। অলপতে আহিলে। ডাঙৰীয়া বা কেনে আছে?” বৰবৰুৱা। “বহুৎ ভাল আছে। সকাম?” ঙ। “ভাঙৰীয়াক আজি আমি অলপ আমনি কৰিব খুজিছো; অনুমতি দিলে কৰিব পাবে।” বৰবৰুৱা। “কক, কক, একো আমনি নহয়, পৰ কোৰ পাম।" । “ডাঙৰীয়াই এখন মাহেকীয়া কাকত উলিৱাওক।” বৰবৰুৱা। মাহেকীয়া কাকত কেইবাখনো ওলাইছে; আৰু ওলালে বীণ j গ। “নহয় ডাঙৰীয়া। এখন কাতত ডাঙৰীয়াৰ ৰাহৰপৰা ওলাই লাশে। ভাৰীয়াৰ কত লবলৈ আমাৰ দেশৰ মাহৰ উৰ্দ্ধবাহ হৈ আছে।” । “উহু। উসিটা ভাল নয়।