পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

bo বাহী। [১ বছৰ ৩ নং 1 whillong—ছিল, sonate-চিনট, church-চৰ্চ লিখা উচিত। এইবিলাক শব্দত আমিএকে হব নোৱাৰািৰ আগলৈ খৰ-বোটনি বৰ খেশিশেলি হোৱাৰ আগফ। নতুন গঢ়েৰে লিখা আজি দিনদিয়েকৰ পৰাহে ওলাইছে। ইংৰাজীৰপৰা ত কৰোতে, বা সাই ইংৰাজী ভাষা আলচ কৰি ইংৰা- জীৰে কথাটো মনত জুকিয়াই লৈ অসমীয়াৰে বহুৱাৰ পৰা আৰু বঙ্গনা ধৰণৰ শিখা বহুত দিন আলচ কৰোঁতে অসমীয়াত কাৰ কাৰৰ হাতত নতুন গঢ়ৰ লিখা আবিৰ্ভাৱ হৈছে। “যদি ৰদত এটা বল বৰা, তেন্তে দেখিবা ইয়াৰ যিডোখৰ সূৰ্গৰ ফালে মুখ কৰি আছে, সেই ডোখৰত সূৰ্য্যৰ কিৰণ পোন হৈ পৰে, সেই ঠাইসোকালে তপত হয়।" ইত্যাদি ইংৰাজী ধৰণৰ লিখা। “আজি কালি যদি তেনে পাখি এখিলা পোৱা সম্ভব হল হেতেন, তেন্তে দেখিবলৈ পোৱা গল হেতেন আৰ ভিতৰত নন কিমান এত মানুহ আছে দেখ। পোৱা গল হেতেন।” “মানুত্ব”, “দামী খোৱা” ইত্যাদি যেনেকৈ নতুন শব্দ গঠন কৰিবলৈ কোনোক কোনো কাৰবাৰ কৰা দেখা গৈছে, ইও এফ প্ৰকাৰ নতুন কথাৰ গঠন যেন লাগে। জয়জয়তে নতুন কথা, নতুন গাঠনি আবিস্কাৰ কৰি ভাষাত চহকী কৰিবলৈ যোৱাতকৈ, তালাত যিখিনি আগৰেপৰা আছে তাকে শিকি বুজি ললেই ভাষাই তৰণি পাৰ যেন পাওঁ। “সকলোকে অবাক কৰি তুলিলে,”—বলা আৰ্হিৰ কথা নহয়নে? মোৰ মনেৰে পৰি- লৰ ঠাইত পৰি গল" দেখিলেৰ ঠাইত “দেখা পালে” সোমালৰ ঠাইত “সোমাই পৰি গল” ইতাদিও বহুদিন বঙ্গপা ভাষাৰ প্ৰাদুৰ্ভাৱত সোমোৰ। বলা ধৰণৰ অসমীয়া কথা। শেষত ব্যাকৰণ। যদিও অসমীয়া ব্যাকৰণ বিশুদ্ধ আৰু বঙ্গলা ব্যাকৰণৰ সৈতে গোটাই অমিল, তথাপি আমাৰ বহুত লিখকৰ ব্যাকৰণৰ দোষ আছে। “শিক্ষক পৰৰ বহু না শিশুগণ। বিদ্যা বিতৰণে তেওঁ কৰ যতন। নানা কথা কয় যদি আৰু শক্তি দিয়ে। বেয়া কৰা বুলি তুমি নাভাবিবা হিয়ে ” পঢ়াশালিৰ নিমিত্তে লিখা, আৰু বহুদিন পঢ়াশালিত চলা এখন কিতা- পৰ প্ৰথম পাঠৰপৰা ভোলা ওপৰত লিখা ফাকি কেই “বি বিতৰণে