পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

96 শাহী। [১৪ বছৰ, ৪ সংখ্যা বহল লক্ষণ বুলি ধৰিছোঁ। আজি বহুত দিনৰ মূৰত অনাদৰত পেলাই খোৱ ভাৰাটো আমাৰ মানুহে সামৰি তৰি চপাই লবলৈ কাণ-মন কৰ। দেখি বাকিতে মনত বৰ কোৰ লাগিছে। বৃটিছ গৱৰ্ণমেন্টে অসম দেশ অধিকাৰ কৰিবৰ দিনৰেপৰা বোৰ কৰো অসমীয়া ভাষা অশ্ৰদ্ধাৰ বৰু হৈ পৰে। ইমান দিন বিনে ভাষা এটাই যে অসমীয়া ভাষাৰ ৰস চুহি তাক লেৰেলা কৰিলে তাক নুই কৰিব নোৱাৰি। অসমীয়া কথাৰ বহুত মাছ শব্দৰ ব্যৱহাৰ নাইকিয়া হোৱাত অসমীয়া লিখকে বহুত ঠাইত অসমীয়া ভাষাত শব্দ নাই বুলি খেদ কৰোতেই যায়। গাৱঁৰীৰ চহা শব্দ ধৱহাৰ কৰিবলৈ লাকে লগা হল। সদাই বলা কিতাপ পঢ়ি থকা লেখকে অস মীয়া লিখিব খোতোতে সংস্কৃত শব্দহে তেওঁৰ মনৰপৰা আগবাঢ়ি ওলায়। আৰু সেই গুণে আমাৰ ভাৰা আজি বছৰহেৰেকৰ্মানৰপৰা কোৱা ভাষাৰ পৰা অলপ অলপকৈ আতঁৰি আহিছে যেন লাগে। এইটো কিন্তু ভাল লক্ষণ নহয়। দেশৰ উন্নতি কৰিবলৈ হলে, পঢ়াশুনা জনা গাৱঁশীয়া মানুহ- বিলাকক কুৰি শতিকাৰ নতুন কথা নতুন তথ্যৰ গম পোৱাবলৈ হলে, সহজ ভাষাত লেখকসকলে লিপি তেওঁবিলাকৰ আগত ধৰিব লাগিব, অনাহকত সংস্কৃতৰ গোট শব্দ গোটে গোটে আনিলে অসমৰ পেটত অজীৰ্ণ ৰোগে শেহত দেখা দিয়াৰ আশা খুব বেচি। কম এটা অথচ লিখিম আন এটা, এনেকৈ কোৱা ভাষা লিখ। ভাষা দুটা বেলেগ ভাষা হৈ পৰিবগৈ পাবে। তেনেহলে ভাবাটো লিখা-পঢ়া কৰোতাসকলৰ হাততহে থাকিব, দেশৰ ধৰণ অসমীয়া ৰষুৎবিলাকে, শিখিপঢ়ি উলিওৱাজনৰ গোন্ধ নেপাই গোটেই জীৱন কলা আন্ধাৰত নিয়াৰ লাগিব। বঙ্গভাষাই যি ভুল কৰিলে আমাকে আকৌ সেই ভুলেই পাব। এতিয়ালৈকে জগদীৰ কৃপাত আমাৰ দেশত তেনে ভুলে বৰকৈ আমাক আঁকোৱালি লব পৰা নাই। ডাক্তৰ গ্ৰীয়ৰ্চনে সেই The foft-If the printing press had not been so fruitful in Sibsagar as in Calcutta during the past hundred years, we must not forget that the press as it has been used has not been an altogether unmixed blessing, and that it had dono much to redace the Bengali literature form being national to