পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১০৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাহ। [১৪ বছৰ, ৩য় সংখ্যা যোৰ মই চাই থাকোতে বাতে হঠাৎ দেখিলে। কাবোৰে, হুচৰি পোৱা মানুহৰ দৰে ঘুৰি ঘুৰি নাচিৰলৈ ধৰিলে, অথচ সিহঁতৰ মুখত মাত নাই। সেই অদ্ভুত নাচ দেখি তত মোৰ মুখখন শুকাই গল, বুকুখন টপ, পাষলৈ ধৰিলে, শাৰ নোমৰেৰ শিৱৰি উঠিল আৰু হাত ভৰিবিলাক আল্লশ হল। ভাও- মাৰ বৰধেমালিৰ ওৰ পৰাদি অলপমান বেলিৰ পিছত সেই উৎকট নাচৰ ওৰ পৰিল আৰু দেখিলে কাবোৰ ইমান খেলিমেলি লগাই নচাৰ আগয়ে যত যি যেনে ভাৱে আছিল, আকো ততে সি ঠিক তেনে ভাৱেই ৰল। কন্তে- কৰ পিছতে সেই দৃশ্য পৰিবৰ্তিত হল, দেখিলে খাবোৰে মানুহ হাতী থোৰাৰ স্বাভাবিক অবস্থা পালে; এটাইবোৰ তে মঙহু আৰু অঙ্গগ্লত্যাঙ্গা- দিৰে সঞ্জীব হল। তোৰাজীৰ নিচিনা শুেকতে পৰিবৰ্তনশীল সেই দৃশ্যবোৰ মই অবাক হৈ চাই আছে, এনেতে এজন বয়শীয়াল মানুহে মোক হাত- বাউলি দি মৈদামৰ ভিতৰলৈ মাতিলে। মোৰ তো লৰিব-চৰিবৰ শক্তি নাছিল , আৰু থাকিলেও, পৰাপক্ষত যে মৈদামৰ ভিতৰত নোসোমাওঁ সেইটোও নিশ্চয় কৰিছিলোঁ। মই নামি মৈদামৰ ভিতৰলৈ যাবলৈ অনিচ্ছ প্ৰকাশ কৰি মূৰ লোকৰা দেখি সেই মানুহজনেই মৈদামৰ ভিতৰৰপৰা ওপৰলৈ উঠি আহি মোৰ ওচৰতে বহিল। ভয়ত মই ঠক-ঠক্‌-কৰে কঁপি- বলৈ ধৰিলে। মোৰ শোচনীয় অৱস্থা দেখি দয়াপৰবশ হৈ মৈদামবাসীয়ে মাত লগালে,-“বোপাদেও! তুমি ইমান ভয় কৰিছা কিয়? ভয়ৰ কোনো কাৰণ নাই। তুমি ত কৰি মৈদামৰ ভিতৰলৈ গলা বুলি বুকি ময়ে তোমাৰ ওচৰলৈ আহিলো। আঃ! বাহিৰত কি নিৰ্মল বতাহ। উশাহ লৈ লীগে যেন লাগিছে! কি বিমল আকাশ। কি সুন্দৰ পৃথিবী! কত কালৰ মূৰত মই আজি তোমালোকক পালো! হে পৰমেশ্বৰ, তোৰ ধন্য সৃষ্টি, ন্য গুগৎ ৰচনা! একালত মইও এইযে ভোগ-মুখৰ অধিকাৰী আছিলো। হায়! সূৰ্যৰ উত্তাপ, চৰ পোৰ, বাৰ নিৰ্মল হিল্লোল একা- কত মইও অবাধে ভোগ কৰিবলৈ পাইছিলো। এতিয়া মই সেই অধিকাৰৰ পৰা চিৰঞ্চিত -- যাক সেইবোৰ কথা। বোপাদেও, আমি কোৰ. তুমি নিবলৈ নিশ্চয় উৎসুক হৈছ, নতুবা এই নিন ৰাতিতুমি ইয়ালৈ নাহিলাহেঁতেন। আমি কোন, সেই কথা খোমাক কওঁ বুলিহৈ মই তোক