পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১০৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[১ম খছ, ৩য় সংখ্যা সেই পানী উলাই নাকৰ ভিতৰখন গিনটোত দুবাৰ তিনিবাৰকৈ পুনেও উপকাৰ পোৱা যায়। দাকোনোৰ আৰু পাত নিকা কৰা ভাল গুৰিৰে দাহৰ গুৰিবোৰ নিকা কৰি ৰাখিব লাগে; আৰু জিভাখনৰ মলিবোৰ চুড়ি তাকে নিকা কৰি ৰাখিব লাগে; নতুবা, পানী-লগা নৰিয়াটোক পাতৰ গুৰিত থকা মলিত জনম হোৱা কীটাণুবোৰ সহায় কৰি বঢ়াই দিবলৈ নেৰে। প্ৰতিমা। বৰ মন্দিৰত লুকুৱা প্ৰতিমা, ভাষা নাই কিৰূপে বুজাও। গিক সহস্ৰ চকুৰ অনুৰোধ, শক্তি নাই কিৰূপে এৰাওঁ। “প্ৰতিমা” প্ৰতিমা” ৰৱে ব্যাকুল কৰিলে, চা খেয়ে হিয়াৰ বিকাশ। কুচিমুখি মাগুৰায় দুৰ্বল হয় নিবলই এফেৰি আভা। নিমাতী হিয়াৰ কি খাত পোৰ টান, | হৃদয় যে ইমান লাজুক! সখী চিত্ৰলেখা মোৰ কল্পনা সুন্দৰী, সমিন দিয়া আহি মোক। আধা ফুটা আবেগৰ ইমান মূৰি, দিলে মেলি হৃয় দুৱাৰ। ৰত ইচ্ছা ফকৰ চ' পূমি ৰুমি, দুলে যদি সাপ মনৰ। চলা।