পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১০২০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২ বাহী । ২য় বই, ১২শ সংখ্যা। তুমি মোৰ ৰজিতা মাচনী গীপিকুহকিনী , তুমি মােৰ লসুৱা ইচ্ছা-ভিৰী মায়াপ্রকাশিনী; তুমি—মোৰ মেৰ শত গাঠি সন্তান সন্ততি ; তুমি—মোৰ পূজিত দেবাদিদেব, উ, মা, তুতি; তুমি—মোৰ কানাকতি পূৰী শুৱনী ফুলনী, ফুল কুলু নাদে যত আনন্দ তটিনী। তুমি—মোৰ আদৰ সাগৰ, চুষা, চুমা চোপহনী; মি—মোৰ সন্তোষ, সেউতি এভা, হাহি মিটিনি ; তুমি--মােৰ মাণিকী মধুৰী মউ কৰাৰ মাজৰ; তুমি-মে'ৰ ৰূপৰ ৰালি উ মুখ-কমল। তুমি-মােৰ ফটক ৰাজ্যৰ মণি হীৰা কহিনুৰ, জিসিণি ভেঙ্গে যাৰ চৌদিশ পোহৰ। তুমি—মােৰ ৰঙণি মােহিনী কান্তি ভাটা শশশ। তুমি—মোৰ নীলিম প পান্তি দূৰ প্ৰদেশৰ; তুমি—মােৰ নিমাত নিতাল ৰাতি গন্তীৰ মূৰতি ; তুমি—মােৰ প্ৰভাত প্রকৃতি-পট মুলৰ ছবিটি ; তুমি-মোৰ মেৰৰ ফটিক আৰ বিৰিঙি ওলায়, চাওতে চাওঁতে ধাৰ জ্যোতি বাঢ়ি খায়। তুমি—মোৰ শৰতৰ পূৰ্ণ শশধৰ নীল আকাশ তুমি মােৰ কোৰি তুলি কেতকী মাও; তুমি-মােৰ মধুৰ মধু ঋতু চিত্তৰিনােল ; তুমি-মোৰ কুনু সুষমা ঘ্রাণ মানলন; তুমি-মােৰ অমীয় মন্দাবল অমৰাৱতীৰ, স্মৰ মাত্ৰকে যাৰ ৰেখাৰু শৰীৰ। তুমি—মােৰ মহান মহান গতি ফ্রিলাে । তুমি—মােৰ সুৰ সত্য নাবি নহে।