পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১০১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫৪৮ বঁাহী। [ ২য় বছৰ, ১২শ সংখ। মম মখা কৰিছে। আগৰ দিনৰ চিৰিয়া, এচিৰিয়া, নিনে, ৰেবিলিয়ন, কার্থেজ, মিচৰ আৰু এতিৰ পােলাৰ নাম এই ক্ষয় যােগেই একেবাৰে- নাইকিয়া কৰিলে। ভাৰতৰ সভ্য হিন্দু জাতিৰু এতিয়া এই ক্ষয় দেখে তেনে নকৰিব যে তাৰ আশা কি ? চাৰিউ কাষৰে কেৱল নিৰাশৰ ডাৱৰে ৰতক ঢাকি ৰখা মাথোল দেখা যায়। যি মূলত ভাৰতে দেখি অাৰু ৫খিও একতা-ডোগত বান্ধ খাব না নাই, অাৰু যি স্থূলত ভাৰতবাসীয়ে ধৰ্ম্ম অর্থাৎ দেশৰ মাটিৰ গুণ অনুসাৰে যি স্বভাৱ সেই প্ৰধৰ্ম্ম এৰি পৰধৰ্ম্ম বা অৰ্ম্ম ধৰিছে, তেনেস্থলত এই ভাৰতবৰ্ষৰ অতীয় জীৱন একেবাৰে লোপ মহৰ যে তাত ভুল কি। মনে ধৰে এই কাৰণেই গীতাত শ্ৰীকৃষ্ণই অজ্জনক উপদেশ দিয়া সুলত ডটাই ডাই কৈ গৈছে যে "স্বধৰ্ম্মে নিধনং শ্রেয়ঃ পৰধর্মে ভয়াবহঃ"। এই খিনিৰেপৰা ভাৰতৰ পুৰণি ইতিহাসৰ গৌৰৱকাহিনী সুৱৰি মুৱৰি শােকত বিহাল হৈ তাৰ কেষাৰি চকুৰ পানীৰে লিখো।-হে ভাৰত । যি দিন তােমাৰ পঞ্চনদৰ পাৰত ঋম্বেী পুৰেৰে আৰ্য ঋষিসকলে গান গাইছিল, যি দিন তােমাৰ নৈমিষাৰণ্যত সোনকাদি ঋষিবিলাকে তপস্যাৰ আসনত বহি বহি গভীৰ আত্মহত্ব চিন্তাত নিমগ্ন আছিল আৰু তাত যেতিয়া সকলোৱে বহি ব্যাস, শুকদেৱ আৰু সূত প্রভৃতি মহর্ষিসকলৰপৰা ব্ৰহ্মতত্ত্বৰ বাখ্যা শুনিছিল জ্ঞাৰু তাৰেপৰাই বেদ উপনিষদকে ধৰি নানাৰূপ গুৰিাৰ প্ৰচাৰ আৰু সমালােচনা হৈছিল, আজি সেই দিন কলৈ গল । যি দেশৰপৰাথলি সন হৈছিল, যি দেশত কপি, জৈমিনি, কণা, পাতঞ্জল, ভৃগু, অঙ্গিস আদি মহা জ্ঞানবান পার্শনিক ঋষিয়ে জন্ম গ্রহণ কৰিছিল, যি দেশত বাশ্মীকি ব্যাস প্রভৃতি পৃথিবীৰ আদৰ্শ আদিকবি আছিল, বিদেশত এদিন মহাকবি কালিদাস, ভবভূতিয়ে পুললিত সুৰেৰে গান গাই পৃথিবী ভাষণ শখাইলি, যি দেশৰ মহাৰ্শন বোৰে ৰিজাৰ কোনাে দর্শনও জিলৈকে পৃথিবী ওলোৱা নাই, যাৰ এগৰংগীত বর্তমান গং যেৰিত, যত আকৃষ্ণই জন্মগ্রহণ কৰিছিল, শত প্রভু ৰামে বাজত্ব কৰিছিল, যি দেশ গুৰু পাণ্ডৱৰ লীলাক্ষেত্র, যত মহামানী চক্রবর্তী অস, দুর্বোধন আৰু ধৰ্মৰাজ যুধিষ্ঠিৰৰ ৰসিংহাসনে টলমলাইলি, যি দেশৰ বীৰ