পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১০১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাতি, ১৮৭৩।] শুটদিয়েক চিন্তাৰ ঢৌ। ৫ } স্বার্থপৰতা। মদ প্রথম স্বার্থপৰতা অতি ভয়ানক ; কাৰণ ইয়াত মদ আৰু পৰীকাতৰ দুইটি ককাই ভাইয়ে লগ লাগি কাম কৰে। অকল পৰ ফাতৰত থকা স্বাধূপৰতা বিধে এলাহৰ শব্যাত জিৰণি লৈ থকা গজিকে গত কৰ্ম্মব উদগণি activity অনেক কম ; এই গতিকে পৰাধীন, কাপুরু, থা, মিছুলীয়া, এলেহুৱা মানুহক বা জাতিক এই বিশ্ব স্বার্থপৰতাই বকে অধিকাৰ কৰে। কিন্তু মন্দ প্রধান স্বার্থপৰত। তেনে নহ, ভাত ফৰ্ম্মৰ উপপণি খকা গতিকে সি নিজে অনক বিনাশ কৰি ৰা তলায় কৰি কেনেকৈ সৰু লােতকৈ বৰ হৱ পৰি তাৰ যে চেষ্টা থাকে। মগ প্রধান পথপৰতত “হাম ৰা” I am all in all এই সাৱটি অতিকৈ প্ৰ ভাৱে থক। হেতু ই “তৃণবং মনতে জগ" ভাব পৰণ কৰে। এই বিপ স.পিতাই, কি মানুষ বা জাতিয়ে যেতিয়া এশৰ ধৰ বল ও পৃথিবীত বল বিক্রমে জ্ঞানে মানে ধনে উন্নতিৰ জাগটিই উঠি গছৰ গুটি পকি সৰি পৰাৰ অৱস্থা পাবৰ সময় হয় তেতিয়া তাক বৰকৈ ধৰি ধোগতি কৰায়। মদৰ অন এটি নগ্ন দপ। ই “তৃণবং মন্য জগ; * জ্ঞান কৰা মানুহ যা জাতিত হৈ তাক খহনীয়া ৰোগে পোৱাৰ সময়ত বৰকৈ অশয় কৰে। স্বাৰ্থপৰতাৰ লগত আৰু কেবিধে দর্প আছে তাৰ নাম কেবাটাও; যথা, ফুটনি, গ, গ, তেম, ইত্যাদি। এই কেইটি গুণ মদ বা দৰ্শৰ অপভ্রংশ মাত্র। যি এবাৰ পাই হেৰুৱাইছে বা আনৰপৰা ভালখনি ভুলকৈ বিকৃত জারে এবেলি নকল কৰিছে অথবা নক কৰিবলৈ শিকিবলৈ ধৰিছে তেনে মানুহ বা জাতিক হে সেই কেইবিধ (vanity; ফুটনি অাৰু গপে বৰকৈ লগ ধৰে।। | খান আমাৰ ভাৰতবর্ষীয় মানুহৰ পাত এই কেইবিধ পাপ গুণ বৰ- কৈ লভিছে; কাৰণ ভাৰত এদিন বল বিক্রম শৌ বীৰ্য্য জ্ঞান মান ধন আদি সভ্যতাৰ বিভুতিৰে পৃথিৱীৰ শিৰৰ মুকুট থাকি এতিয়া তাৰ পতন হৈছে। এই কেইবিধ গুণপ্রধান স্বার্থপৰাই যি মানুহ ৰা জাতিৰ গাত লতে তাৰ গতি একেবাৰে নুমাই যোৱাৰ ফালে যে তাত অকণো সংশয় নাই। বুৰঞ্জীয়ে প্রমাণ কৰে যে সত্যযুগৰেপৰা এতিয়ালৈকে অনেক প্রল পৰাক্ৰমী জাতি এই কেইবিধ জয় দেখেই একেৰাৰে