পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১০০৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫৪। [ ২ বার, ১২ মা ! আশাতীতৰূপে বাঢ়ি হে গৈছিল। বুঢ়া ৰয়সতো তেওঁ নতুন নতুন ভাষা শিকিবৰ অন্তিলাৰ কৰি, নিয়মিত দৰ্ম্ম কি শিক্ষক ৰাখিছিল আৰু স্কুলীয়া ছাত্ৰৰ দৰে নিয়তিৰূপে বা বছা পূথি অধ্যয়ন কৰিছিল। তেওঁ ফৰাচী অাৰু লেটান ভাষাও উমৰূপে শিকিছিল। এই দুটি ভাষা শিকি আঁতোৱাৰ পিছত তেওঁ অৰৰী আৰু জাৰ্ম্মাণ শিকি তাত উত্তম জ্ঞান লাভ কৰে। এই দৰে তেওঁ ১৪টি বিভিন্ন ভাষাত পাৰদৰ্শিতা লাভ কৰি উঠিছিল। যেতিয়া তেওঁ এই অজৰ কামৰপৰা অৱসৰ ( পেনট) ললে, তেতিয়া নিজাম ৰাজ্যৰ প্ৰধান মন্ত্রী সুপ্রসিদ্ধ চাৰ চালাগে তেওঁক অড়ৈ হাজাৰ টকা হাত তেওঁৰ “প্রাইভেট চেক্রেটৰীৰ কামত নিযুক্ত কৰিবল ইচ্ছ। প্রকাশ ৰিছিল। কিন্তু লিখাপঢ়াতে জীৱনৰ শেহছোৱা শামি কৰি কটা- বলৈ মানস কৰি ৰঙ্গনাদে এই কাম গ্রহণ নকৰিলে। ৰঙ্গন, লিঙ্গে খেলে বিদ্বান আছিল সেই দৰেই বিদ্যাৰ উংসহাতাও আছিল। নিজে দুখীয়া অৱস্থাৰপৰা লিখা পড়া শিকিছিল বুলিয়েই তেওঁ দুখীয়া বিদ্যাখ সকলক নাম প্রকাৰে সহায় কৰিছিল। শিক্ষা বিস্তাৰৰ নিমিত্তে তেওঁৰ আৰিক যত্ন আৰু অনুৰাগ আছিল। এইবিলাক সংগৰ নিমিত্তে তেওঁ তেওঁৰ নিজৰ দেশী লোক আৰু ৰাজ পুৰুষ সকলৰো স্নেহ আৰু শ্ৰদ্ধাৰ পাৰ হৈছিল। ১৮৭৭ খৃষ্টাব্দৰ দিল্লীৰ ৰাৰলৈ তেওঁ নিমন্ত্রিত হৈছিল আৰু তাত তেওঁ সম্মানসূচক পদ আৰু প্রশংসাপত্র লাভ কৰিছিল। এইদৰেই ৰাজত্ত সম্মানে ভূষিত আৰু স্বদেশীয়সকলৰ দ্বাৰা সম্মানিত হৈ ১৮৮১ খ্ৰীষ্টাত সেই প্রাতঃৰণীয় মহাপুৰ স্বৰ্গগামী হয়। | বহু পৰিশ্ৰম আৰু অধ্যৱসায়ৰ গুণ মানুহে সামান্য দুখীয়া অৱস্থাৰপৰা কিৰূপে উন্নতি কৰিব পাৰে নাৰ জীৱনত ভাৰ অতি সুন্দৰ উদাহৰণ দেখিবলৈ পোৱা বন্ধু। লিখা পঢ়া বইতে শিকে, কিন্তু যিনা, ভক্তি, কর্তব্য নিই। ঋণ সলাৰে গাত দেখিবলৈ পোৱা যাবার। বললাৰ জীৱনত এগতি বিদ্যা আৰু বুদ্ধিৰ লগত এইবিলাক গুণে লেখা গৈছিল। | তেওঁ বি খুলতে অধ্যয়ন কৰিলি সেই লৰে শিক্ষকল তেওঁৰ সাধুভ মুগ্ধ হৈছিল আৰু যতে ৰাৰ্য্য কৰিছিল কাৰে উচচপ চা।