পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১০০৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাঞ্জি, ১৮। ৰক্তনাদ শাস্ত্রী। ৫৯ তেওঁ বেছি দিন ১৭ টকাৰ কমতে পৰি থাকিব নালাগিল। মাজৰ চুপ্রীম কোট। প্রধান বিচাৰালয়ৰ ইণ্টাৰ প্ৰটাৰৰ পক্ষ খালি হোয়াত ৰঙ্গনাদে অন প্রার্থীসকলক পৰীক্ষাত চেৰ পলাই সেই পদ লাভ কৰিলে। বৰ্ত্তমান সময়তকৈ তেতিয়াৰ ইণ্টাৰ টোৰৰ পৰু নাৰ আৰু সন্মান আছিল। বঙ্গনাকে বহু ভাষা অস্থি থকাৰ নিমিত্রেই কল বহুত কম কৰিব পাৰছিল। সেই কাৰণেই তেওঁৰ খাদিক আ ফুজাৰ টকাৰ পৰা অাঢ়ৈ হেজাৰ টকালৈকে হছিল। তেওঁৰ উদ্বোচিত ব্যৱহাৰ আৰু অগাধ পাণ্ডিত্যৰ নিমিত্তে চুপ্রীম কোটৰ সকলো জলেই তেওঁৰ প্ৰতি প্রসন্ন আছিল আৰু তেওৰ প্ৰশংসা কী সুখ পাইলি। নাৰ পৰা মর্শ নোৱােকৈ হিন্দুশাস্ত্র সংক্রান্ত কোনো কথা খকা মােকদ্দমা তেওঁ লকে কেতিয়াও নিষ্পত্তি নকৰিছিল। ক্ৰমখয়ে নদৰ প্রতিপত্তি ইমান ৰচিৰলৈ ধৰিলে যে মাজৰ শাসনকর্তা আৰু চুপ্রীম কোর্ট প্রধান বিচাৰকেও তেওঁৰু বৰ নিচিন। হে জ্ঞান কৰিছিল। ইতিমতে মাদ্ৰাজৰ সৰু আদালৰ এটি এজৰ পদ খালি হয়। মাদ্রাজ শাসনক'ই জনপিকে সর্বাপেক্ষা যোগ্য পুত্র বিবেচনা কৰি সেই পদ নিযুক্ত কৰিলে। ইয়াৰ পূৰ্ব্বে মাদ্ৰাজৰ কোনোৱে এনেকুৱা উচ্চ পদ লাক্ত কৰা নাছিল। সময়ৰ কি অদ্ভুত সলনি । আৰ পি এসময়ত ভূমিৰ কৰ শাখাব নোৱাৰাৰ নিমিত্তে কৰা হৈছিল, আৰু যি সময়ে সময়ে পৰিদ্ৰতাৰ নিমিত্তে অনাহাৰ ক্লেশ সহিৰ গাত পৰিলি, আজি তেওঁ নিজৰ বুজি, জ্ঞান, আ গুণৰ ৰলেৰে এনে এটি সম্মানজনক উচ্চ পক্ষ অধিষ্টিত হল। এই উচ্চ পদ অকল তেওঁৰ পৰিয়ালটোৰে গৌৰৱৰ বিষয় নয়, শাস্ত্র নিবাসী কিলো লোকৰ গৌৰৱৰ বিষয়, কিয়নো, ওপৰত কোৱা হৈছে যে এনে উচ্চ পদ শাজৰ কোনো ইতিপূর্বে লাভ কৰা নাছিল। | সোৰ টকা হাত কাম কৰোতে আগেয়ে তেওঁ যি গত সে আইপি, এতিয়া তেওঁৰ, বিচাৰকৰ গতিত্বপূর্ণ মতো এগৰ তাৰ হ্রাস হোৱা নাছিল। বয়স বৃতি আৰু অৱস্থাৰ শােভিৰ গগ গগ অনেক ৰিানুৰাপ কৰি আছে, কিন্তু এখন বিমুখ তাৰ লগে লগে