পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১০০৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তি, ১৮৩০।} মণিপুৰ-যাত্রা। ৫৩৫ মিলে। তেতিয়াৰেপৰা আমি গাড়ী চলাই ফুৰ্তি কৰিবলৈ এৰি দিলে। গাড়ী কুকৰ নিচেই গতি পাইলি গৈ। আৰু এসে আশ্বােেভসে হয়তো মহা বিপদ কাটিলহেতেন। যিটো গৰুক “” বুলি শাখে তাক ভুলত "ভিতি" বোলাত, আনটোক “ক্তিভিৰ ঠাইত "অ"লো এনে এডোখৰ ঠাই দেখুৱাই পাঞ্চোৱাটোৱে কৰে, সেই খিনিত হেনো কি মান দিল আগৈয়ে, গাড়ীত ভই ঘোৱা গাড়োয়ান এটাই গাড়ীয়ে পৰৱে কুত পৰি মৰিছিল। সি কি ভূত হৈ হেনো যৰ উৎপাত কৰিবলৈ ধৰিছে। কেননা অকলশৰীয়া গাড়ী পালে তাৰ হেনো লৈ বৰাই দিয়ে। আৰু নিদি গাড়ােন পালে গৰুৰ কাৰপৰা বুলি ভাঙি লৈ মানুহে সৈতে গাড়ীখন কুৰুঙলৈ বগৰাই দিয়ে। এইদৰে ইয়াত যত টন। টি গৈছে। সেইবাবে জানি শুনি পাৰোতে কোনেও এইডেৰ ঠাই ৰাতি পাৰ নহয়; ইত্যাদি। আজি দেখিলোঁ। আলিটো সেই খিনি ঠাইত এলীয় আৰু ঠাইতে প ঘূৰিছে। সাৱধানে নগলে, এখাৰ ৰাতি সেই খিনি ঠাই কুৰুঙলৈ বাগৰি যোৱা একো আচৰিত নহয়। বিপদৰ সাৱনা থকা ঠাই যােৰত চৰকাৰে অালিকাত (পুলৰ দৰে ঠায়ে ঠায়ে ওখ ডেটা দি থৈ এই খিনিত কিন্তু তেনে তেটা নছিল। এইখিনি ঠাই কহিমাৰপৰা কেই মাইল আঁতৰত পাইছিলোঁ। এতিয়া মনত নপৰে। এনাল এল। আক্ষেপ। এক কিলাে গৰি কাক দে মাখি, | গণি খােৱা কাকিটি। মুৰ বা ৰী লৰি পৰিল, আশাটিও পল উটি। থাক থাকী, নেলাগে বলি,