পৃষ্ঠা:পৰাচিত.pdf/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভাৱৰীয়াসকল


 মােবাৰক—বয়সিয়াল সম্ভ্ৰান্ত অসমীয়া মুচলমান।
 শিৱ বৰুৱা—অল্প শিক্ষিত ধনী মানুহ।
 মদন—শিৱৰ পুতেক।
 লােকনাথ—উৎসাহী গ্ৰেজুৱেট।
 পুনাই—মদনৰ বন্ধু ।
 ভকতৰাম—আদহীয়া গাৱঁলীয়া মানুহ।
 মনােমােহন—স্বয়ম্ভু ডাক্তৰ।
 পেটুৱা—বেজ।
 ডাক্তৰ ফুকন—শিক্ষিত ডাক্তৰ।
 নেনাই মেধি—হােজা গাৱঁলীয়া ভকত।

 বিহুৱা

 ভেকোলা
—গাৱঁলীয়া ডেকা।

 বচিৰ—শিৱৰ চাকৰ।
 ধৰম—দোকানী।
 পাঁচোটা মৈমনচিঙীয়া, কেইটামান গাৱঁলীয়া মানুহ, এটা মগনীয়া, দহােটা অসমীয়া ডেকা মুচলমান।