পৃষ্ঠা:নগা কোঁৱৰ.djvu/১৭৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮ম দৃশ্য ]
১৬৫
নগা কোঁৱৰ

 চুক্লেন—কোন-মোক এটোপা পানী দিয়া। উস্‌—বৰ পিয়াহ!

 বৰবৰুৱা—দিওঁ কোঁৱৰ।

 [ সেনা এটাই পানী আনে বৰবৰুৱাই কেঁৱৰক খুৱায় ]

 কি কৰিলা ভগবান! আহোমৰ ভাগ্যাকাশ কিয় এনে দৰে অন্ধকাৰ কৰিলা! কোন মুখে স্বৰ্গদেওক এই মৰ্মান্তিক বাতৰি দিম!

-অঙ্ক পতন-