পৃষ্ঠা:চাণক্য.pdf/৫২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ৩৫ )

মনুষ্যত কৰি  আহাৰে সে আগ
 জানিবা নিষ্ঠ বচন।
নিৰ্বলীৰ বল   নৃপতি সকল (৭৫)
 কান্দিলে বল শিশুৰ।
মুৰখৰ বল  নমাতি থাকিলে
 নিৰ্ভয়ে বল চোৰৰ।
ঋণৰ শেষক  ব্যাধিৰ শেষক (৭৬)।
 শক্ৰৰ ন থৈবা শেষ।
অলপ থাকিলে  বিস্তৰ হৱয়
 গুছাইবা তাক নিশেষ।
ব্ৰহ্ম বধী জন  পূজিত হবন্ত (৭৭)
 যদি থাকে বহু জন।


(৭৫)দুৰ্ব্বলস্য বলং ৰাজা বালানাং ৰোদনং বলং
বলং মুৰ্খস্য মৌনিত্বং চৌৰাণা মনৃতং বলম।
(৭৬) ঋণ শেষোহগ্নি শেষশ্চ ব্যাধি শেষ স্তথৈবচ
পুনশ্চ বৰ্দ্ধতে বস্থাৎ তস্মাচ্ছেবং নকাৰষেৎ।

  • আসিহৱে উপসন্ন -পাঠান্তৰে।

মিছায়ে-পাঠান্তৰে।
(৭৭) ব্ৰহ্মাহাপি নৰঃ পূজ্যো ষস্যান্তি বিপুল ধনং।
শশিন ল্য বংশোহপি নিৰ্দ্ধনংঃ পৰিভূয়তে॥