পৃষ্ঠা:চাণক্য.pdf/৫১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩৪ )

অতি মৃদু ভাৱ  ভৈলে নুহি ভাল,(৭৩)
 কেহো তাক ন ডৰাই ।
যেন কুহিয়াৰ  তিতা কেহা নাই
 মিঠা পায় সবে খায় ॥*
কদলী বৃক্ষক  ঢিলা কেসে যেবে
 চৱা লেয়ো মাৰে ঘাৱ ।
যেহেন শিলক  ডাঙ্গৰে না কটে
 বোলে জানো ভাঙ্গে দাৱ ॥
সাধু সমস্তেয়ো  ধৰ্ম্মকে সে চিন্তে (৭৪)
 আহাৰক নিচিন্তয় ।
আহাৰ আসিয়া  আগে দেখা দেই
 মনুষ্য পাছে হয় ।
মাতৃৰ গৰ্ভত  যেতিয়া থাকয়
 আগে দেখা দেই স্তন ।*


(৭৩) ... ... ... ...
হীন পুৰুষক নাহিকে অপেক্ষা ভালমুখে নেদে মাত ।
ইহাৰ কাৰণ  কহো শুনিয়োক
দেখিয়া আছা সাক্ষাত–মাধৱদাস।
৭ে৪) গৰ্ভস্থস্যতুযঃ পুৰ্ব্বং বৃত্তিং কল্পিতবান্ পয়ঃ
শেষ বৃত্তি বিধানায় সকিংসুপ্তোহখবা মৃতঃ ।