পৃষ্ঠা:চাণক্য.pdf/৪৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ২৫ )

হস্তী ঘোৰা উট  গৰ্দ্দভ মহিষ
 চৰিব সব বাহনে ॥
আপোন প্ৰজাত  দয়ালু হৈবন্ত
 শত্ৰুত সমান প্ৰীতি ।*
সেহিটো জনক  নৃপতি সকলে।
 পাতিবেক সেনাপতি ॥
পিতৃ সমহিত  কৰি যিটো জনে (৫৬)
 শাস্ত্ৰ নীতি হানিৱন্ত ।
নানাবিধ ঠান  শৰৰ শয়ন
 বান্ধিবাক জানিৱন্ত ॥
আপুনিয়ো শুদ্ধ  হৈব কুলৱন্ত
 জানিব বাচ বিচাৰ ।
সেহিটো জনক  নৃপতি সকলে।
 পাতিবেক সূপকাৰ ॥
সমত্যা বুজিয়া  ব্যৱস্থাক দিয়া (৫৭)
 জানিব বস্তু থৈবাক ।

শক্ৰত কৰি নমাতি—পাঠান্তৰে।

(৫৮) পুত্ৰ পৌত্ৰ গুণোপেতঃ শাস্ত্রজ্ঞো মিষ্ট পাচকঃ
শূৰশ্চ কুলীনশ্চৈব সুপকাৰঃ সউচ্যতে
(৫৭) .. ... ... ...

<reference