পৃষ্ঠা:চাণক্য.pdf/১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৵)


ত্ৰিবৰ্গ ইতি বিখ্যাতোগণ এব স্বৰম্ভূবা।
চতুৰ্খো মোক্ষ ইত্যেব পৃথগৰ্খঃ পৃথগ্গুণঃ॥
 * * 
ততস্তাং ভগবান নীতিং পূৰ্ব্বং জগ্ৰাহশঙ্কৰং।
বহুৰূপো বিশালাক্ষঃ শিবঃ স্থানুৰুমাপতিঃ॥
প্ৰজানামায়ুষো হ্ৰাসং বিজ্ঞায় ভগবান্শিব:।
সঞ্চিক্ষেপ ততঃশাস্ত্ৰং মহাৰ্থং ব্ৰহ্মণা কৃতম্॥
বৈশালাক্ষমিতি প্ৰোক্তং তদিন্দ্ৰঃ প্ৰতাপদ্যত।
দশাধ্য়ায় সহস্ৰাণি সুব্ৰক্ষণ্যো মহাতপা॥
ভগবানপি তচ্ছাস্ত্ৰং সঞ্চিক্ষেপ পুৰন্দৰঃ।
সহশ্ৰৈ: পঞ্চভিন্তাত যদুক্তং বাহুদন্তিকম্॥
অধ্যায়ানাং সহস্ৰৈন্ত ত্ৰিভিৰেব বৃহস্পতিঃ।
সঞ্চিক্ষেপেশ্বৰো বৃদ্ধা বাৰ্হম্পত্যং যদুচ্যত॥
অধ্যায়ানাং সহস্ৰেণ কাব্যঃ সংক্ষেপ মব্ৰবীৎ।
তচ্ছাস্ত্ৰমমিতপ্ৰজ্ঞো যোগাচাৰ্য্যো মহাযশাঃ॥
এবং লোকানুৰোধেণ কাবামেতম্মহৰ্থিভিঃ।
সংক্ষিপ্তমায়ুবিজ্ঞায় মৰ্ত্ত্যানাং হ্ৰাসমেবচ।”*


 * ব্ৰহ্মাই পৃথিবীৰ মানুহৰ কাৰণে একলাখ অধ্যায়ৰ নীতিশাস্ত্ৰ প্ৰনয়ন কৰে। শিবই ব্ৰক্ষাৰ পৰা সেই নীতিশাস্ত্ৰ পাই, আৰু ক্ৰমে মানুহৰ আয়ুষ কম হোৱা দেখি তাকে সংক্ষিপ্ত কৰি দহ হাজাৰ অধ্যায়ত প্ৰণয়ণ কৰিলে, শিবৰ এটা নাম বিশালাক্ষ, এই কাৰণে শিবপ্ৰণীত নীতি শাস্ত্ৰৰ নাম বৈশা- লাক্ষ। ইন্দ্ৰই শিব প্ৰণীত নীতিশাস্ত্ৰকে সংক্ষিপ্ত কৰি পাচ হাজাৰ অধ্যায়ত প্ৰণয়ন কৰে। ইন্দ্ৰৰ এটানাম বহুদন্তী এই কাৰণে ইন্দ্ৰ প্ৰণীত নীতি শাস্ত্ৰক বাহুদন্তিক বোলে। বৃহস্পতিয়ে ইন্দ্ৰপ্ৰণীত নীতিশাস্ত্ৰক সংক্ষেপ কৰি তিনিহাজাৰ অধ্যায়ত প্ৰণয়ন কৰিছিল। বৃহস্পতি প্ৰণীত নীতিশাস্ত্ৰক বাৰ্হস্পত্য বোলে। শুক্ৰাচাৰ্য্য বৃহস্পতি প্ৰণীত শাস্ত্ৰকে এহেজাৰ অধ্যায়ত প্ৰণীত কৰে। সেই কাৰণে