পৃষ্ঠা:গুৰুচৰিত.djvu/৭৮৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যষ্ঠ এ নানা তৰ্ক কৰি চালে বৃঢ় কৰি। | শৰক নাপাৰিল। পণ্ডিতসকলে | পৰা মানিলে | প্ৰশংসা বহু কৰিল ৩৫৬৫ গতিক বুজিয়া পণ্ডিতে উঠিয়া অনন্ত কলি আদি। ৰাজাক বুজালে সমিধান দিলে | যাৰা সব সত্যবাদী। বোলে মহাৰাজ | দেখিলাহা কাজ শৰক শাস্ত্ৰে নৰে। এৰি দিয়া বাদ আমাৰ কথা ধৰা তুমি সমাদৰে। ৩৫৬৬ ৰাজা বোলে মই বুজি আসে। তাক | তথাপি অভিপ্ৰায় মোৰ। দেখোহে কিমান সম্বল কমান আছে ব্ৰাহ্মণবৰ। হেন সময়ত | সেহি সমাজত একগুটি লোক আহি টুপলি লুক \ দিল ৰাজাক | সেৱা কৰি লৈ বহি।৩৫৬৭ সেহি জালুকক লোক সমা দিয়ালে ৰজা ভগাই।