পৃষ্ঠা:গুৰুচৰিত.djvu/৭৮৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প কন্যা বিক্ৰী কৰে নিত্যকৰ্ম এনে দ্বিজবন্ধু কয় তাক। জানা মহাজন | এহিসে বেদৰ বাক। ইকথা কহিয়া পুনশ্চ অখিলা মোৰ কথা মনে লোৱা। দন্ত নখ কেশ তিনিয়ে বিশেষ শুচি বা অশুচি কোৱা৷e৫৬• ব্ৰাহ্মণে বোলয়। | অশুচি হোয় কলো আমাসাৰ মত। শৰে বুলিলা | সমিধান দিলা | পোৱা নাই শাস্ত্ৰৰ তত্ত্ব। কহিল দুনাই | শুনা সমুদায় কোন শাস্ত্ৰে আছে কই। দ্ৰব্য সেহি তিনি শাস্ত্ৰ চোৱা আনি অশুটি কহিতো নাই। ৩৫৬১ বাধৰ নখক | লোক সাক দেখা সোণা খাটে লয়। চামৰে ব্যজন দাতে সিংহাসন | ৰাজা প্ৰজা কৰি লয়। প্ৰকৃত অৰ্থক নজানিয়া তো | অশুচি কিয় বুলি।