পৃষ্ঠা:গুৰুচৰিত.djvu/৭৮০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শৰ আহিছে শুনি ৰাজা পাচে | আদৰি সভাক নিলা। ধীৰে ধীৰে গৈয়া খোজ কাঢ়ি কাঢ়ি সিংহাসন কাষ পাইলা। সাত ঠাক ভেটি | অনুক্ৰমে উঠি টোটয় এটি মাতিল ৩৫ ৮৬ টোটক মতি। | কৰি পৰিপাটি ভটিমাক গাইল এটি। যত ৰাজাৰ গুণ আছে ভটিমাত হৈলা আনন্দিত আতি। কৰি আশীৰ্বাদ পুছিলা সম্বাদ | থিয় হৈ থাকিলা গুৰু। মনোমুগ্ধকৰ | প্ৰশান্ত গম্ভীৰ | পাণ্ডিত্য দেখিলা আৰু ৩৫৪৭ বসিবে আসন | বিচাৰি ৰান | বোলে কম্বল আনিয়ো। বাসক শঙ্কৰ | আতি শীতৰ কম্বল পাৰিয়া দিয়ো। হয় দেখি দেৰি লৰালৰি কৰি লগুৱা আনা কম্বল। ব্ৰাহ্মণসকলে হাতে হাতে দিল। দেখি আতি অমল॥৩৫৪৮