পৃষ্ঠা:গুৰুচৰিত.djvu/৭৫৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চৰিত দুপড়ী শুনা নিৰন্তৰে যিমতে শঙ্কৰ | কৰি ৰত্নাকৰ। বাৰ সাৰ বিচাৰি আহাৰ কৰিা সাৰ উদ্ধাৰ। ভক্তি ৰত্নাকৰ | অমৃত প্ৰচাৰ কৰি লোকক প্ৰতি। একচিত্ত মনে শুনিয়ে যতনে সাধিবে পৰম গতি। ৩৪৪২। না নৰলোক | মুকুতি মিলোক গুৰুপদ হোক বাস। দিয়ে সাধু সঙ্গ নৌক মনভঙ্গ নকৰা মোক নৈৰাশ। কৰা আবে দয়া দূৰ হোক মায়া | চৰণে কাকূতি কৰে। মুখে ৰাম নাম নহৌক বিৰাম তেবেসে পাপ নিৰে। ৩৪৪৩ কলিত শৰে না নিৰৰে | ভ মাখিবে গতি।। তা বিনে আনি। | সংসাৰ তাৰ কলিত নাহি সতি।