পৃষ্ঠা:গুৰুচৰিত.djvu/৭৫৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নেয় কৰুক দেখি চত্ৰদেৱে ৰং ৰাখি | ক্ৰীড়া চাহি আনন্দে আছিল। সেহি সাধনাৰ বলে শঙ্কৰক আমি পাইলে দেখা কেনে ভাগ্য বিপৰীত। অৱৰে নাহিকে হানি। | ভকতিক না জানি | গুৰুপাৱে জান্টে দিয়া চিত। ৩৪৩১ ইসব বৃত্তান্ত থওঁ | বাৰৰ কথা কও | শুনা সাধুসব নিৰন্তৰে। আছিল ঋষি ইটো সংসাৰ কাৰণে যিটো | তাতে শাপ দিল ঋষিগণে। যতকাল বাঘ ভৈল। | অৱশেবে পাপ বৈল | তাতে আসি জন্মিলা ইবাৰ। ঈশ্বৰ সেৱাৰ ছলে লাগ লৈল সেহি কালে | ভৈল তাৰ আপদ নিস্তাৰ।৩৪৩২ লৈ আসি মহোদৰ। | ভ্ৰাতৃ হয়া শৱৰৰ | ৰামায় ভক্ত অনুপাম। কৰ সেৱাত ৰতি | তকতত সদা প্ৰীতি | সৰ্বদায় যাৰ মুখে নাম। ইসব কথা কৈলো এনা আৰো যেন ভৈল শৱদেৱৰ গৈত পাচে। কৰ সঙ্গে | আন কৰি ৰঙ্গে এমিতে তৈঙে যেতে পায়। ৩০৩