পৃষ্ঠা:গুৰুচৰিত.djvu/৭৪৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭ পাপৰ বাসনা তান যতেক আছিল। নামৰ কীৰ্ত্তনে তাক সবে সংহৰিল। অৰণ্যৰ মাজে যেন অপনি নিন। ৰাম কৃষ্ণ নামে পাপ সময়ে সহিল॥৩৩৭ এম সাগৰত মন মলিল সমূলি। নাম হয় কতো নাচে হাতে তুলি। নিস্পাপ শৰীৰ তৈল বাঢ়িল বিবেক। বাগৰি বাগৰি কালি ডাক কৃষ্ণক। ৩৩৮ হেন দেখি ঈশ্বৰৰ দায়া সম্পজিল। তেখনে তাহাৰ হৃদয়ত দেখা দিল। কৃষ্ণ কৃষ্ণ বুলি চৈ তুলি দুই হাত। দেখিয়া কৃষ্ণক পাচে হিয়ত সাক্ষাত। ৩০ কৃষ্ণ কৃষ্ণ কৃষ্ণ বুলি এহিমতে নাচে। আগতে বেকত প্ৰভু ভৈলা আসি পাচে। নামৰ সুৰুষ কৃষ্ণ বশ্য তাতে হুই। তুষ্ট হুয়া তেখনে দিলশু চক্ষু হই। ৩৩১ হেন দেখি মজলিৰ আনন্দ মিলিল। কৃষ্ণৰ ৰহস্য লীলা বৰ্ণাইবে লাগিল। বক বধ সীমা কৰি য় বৰিবৰ।। শিশুলী পবন্ধে বৰ্ণাইলা কৃষ্ণ। ৩১ কতেক কহিব খান চৰিত্ৰ বিশেষ। তনি শৰৰ বৰ মনত হৰিষ।