পৃষ্ঠা:গুৰুচৰিত.djvu/৭২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পম নি ৰোৰাম মহামতি | কহিবে লৈ পৰি | বোলে মোৰ হাত দিয়া আছে সিটো কড়ি। আনিলো ভাই কিনি তাক কহিলো হেন বা সত্য | এহিবুলি ৰৈ চৰণে প্ৰণাম কৰি॥৩৩ হেন শুনি গুৰু ৰ তৈল সবাৰে আগতে এবং | বোলে ধন্য ধন্য অৰ্থনৰ সফল তাৰ। ভৈৰ ভাগ্যোদয় তাৰো দেখা গুচিল তাহাৰ জন্ম লেখা নিষ্টে জানা সিটো সংসাৰৰ ভৈলা পাৰ। হেন শুনি মাধৱ প্ৰেমভাৱে সুধিলত ধৰি দুই পায়ে | তাহাৰ সাধন আছয় কোন অৰ। যদি দয়া আছে মোত কয়ো চৰণত দাস কৰি লৈয়ে | হাতযোৰ কৰি মাধৱ কৰে কাতৰ॥৩৩৫ হেন বাক্য শুনিলন্ত যেবে শৱৰে কহিবে লৈ তেৰে | পৰম কৌতুকে মনত আতি কৰিয়া। শুনিয়োক তাৰ গুণনাম | সুদামাৰ নাতি অনুপা কৃষ্ণপাৱে ইটো মালাক আছে অৰ্পিয়া। দিয়া আছে আৰু কৃষ্ণে বৰ তেসে ঢুকিলো তাৰ ঘৰ | এহি বুলি গুৰু কহিলা ভক্তৰ আগে। প্ৰেমে নীৰ ঝৰে ভকতৰ এহিবাক্য শুনি শৰ | নমিলত পৰি চৰণত অনুৰাগে।৩৩০৬ শুনা সভাস নিৰন্তৰ ইটো যশ শীলা শৰ কৰ্ণভৰি পান কৰা আৰু এভিনিত।