পৃষ্ঠা:গুৰুচৰিত.djvu/৭২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭ পঞ্চম খণ্ড গৃহস্থে দেখিয়া মহাতুষ্টি শঙ্কৰক সেৱা কৈল উঠি কৃতাঞ্জলি কৰি আগবাঢ়ি চৰণত। মহত পুৰুষ দেখি বৰ আনন্দ অশাৰ গৃহ | সবাৰ কৌতুক ভাৰ্য্যা পুত্ৰ আছে যত, পুঃ কৃতাঞ্জলি লিল শঙ্কৰদেৱৰ চৰণ | সবে দ্ৰব্য দিবো নিকিনিবা কাৰো ঠাই। দখি দুগ্ধ ঘৃত চাউল ডালি দিবো দুই সন্ধ্যা আনি কালি | নমস্কাৰ কৰি বুলিলা দুনাই দুনাই॥৩২৯৯ পাচে সবে দ্ৰব্য দিলা আনি হাতযোৰ কৰি মহামানী | নম্ৰ ভাব হুয়া অৱনত কৰি যায়। দেখি সবে ভক্ত তুষ্ট ভৈলা ভুলি খাই সুখে ৰঙ্গে বৈলা | বঞ্চিল ৰাত্ৰি কৃষ্ণ কীৰ্তন গাই। শব মুখে কৃষ্ণকথা শুনিল গৃহস্থে বসি তথা | মনত বোসত ককৃত্য আবে ভৈলে। যেন অমৃতৰ নদীৰ বহি যাই মুখে শৰৰ বোলে আলি কোটি পুৰুষ উদ্ধাৰ কৈলো॥৩৩•• কোনো জন্মৰ আছে ভাগ্য তাতে মহন্তকে পাইলে লাগ | পিতৃ-মাতৃ ভ্ৰাতৃ সবাৰে আনন্দ আতি। আউদিন ভেবে খাই দাই শঙ্কৰে তাহাৰ মুখ চাই তাক তেতিক্ষণে আগত বৈসাইলা মাতি। দুই সন্ধ্যা অল্প ভুঞ্জাইলাহা কত কড়ি লাগে মোক কথা লিলা শঙ্কৰ মধুৰ বচনে তাক।