পৃষ্ঠা:গুৰুচৰিত.djvu/৬৯৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জানিবা সাৰতত সাৰ ইগে মহা গুৰুতৰ | লৈয়া ঘোৰ নৰকে পৰয়। হিয়াতে হইলে হৰি বাহিৰত কেন কৰি | বিচাৰিলে তাৰু লগ পাই। শুনা সবে ভক্তগণ নকৰিবা আন মন খিৰ কৰ্ণ কৰিয়া শুনিব। ৩১৬৫ মৃত্যুৰ মুখত পৰি আছে যিটো জন্ম ধৰি | ভকতিৰ উপদেশ দিয়া। সংসাৰ সাগৰে ঘোৰ একোমতে নাপাওঁ ও নোৱাৰয় নিবাৰ তাৰিয়া॥ আক কোনজনে গুৰু সম্বন্ধে নঘটে আবো তভো গুৰু বুলি পূজা পাই। নৰক ভুয় মৰি গাছ কাছ এ বি ফুৰিবেক তাৰ গতি নাই। ৩১৬৬ পুত্ৰ ভাৰ্যা মায়াপাশে জানিহা এৰি দোষে সংসাৰ ভ্ৰময় পাপ নৰ। মনু জনম আৰ দূৰ গৈলে আৰে তাৰ | লোকৰ ৰহল তাত বাৰ। সিটো মহা অত্যাতি পৰম পাতকী আতি ছায়াতে নেদিবো তাৰ ভৰি। নলৈহা তাৰ সঙ্গ কৈলো কথা সাৰে সাৰ দেখি তাক বুলিবাহা হৰি। ৩১৬৭