পৃষ্ঠা:গুৰুচৰিত.djvu/৬৯৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শুনিয়া কতগণ যিশয় তৈত এ | দুইহৰ শুনি হেন কথা ৩১৫১ কৰ কীৰ্ত্তন কৰি লৈ পৰা গৈৰি | যতেক ভকত নিৰন্তৰ। মুখে ৰাম নাম গাই শঙ্কৰে হৰিয়ে যাই | শাইল এক নদীৰ কাষৰ। দুই ভাগ বৃক্ষ আছে দেখিল তাক পাচ নদীৰ ভিতৰ অতিশয়। বেল গৈলা ভটিয়াই তাৰ ছায়া গোট খাই বাটে বাটে পৰিয়া আহয়। ৩১৬• কৰি অতি মন ৰ বাৰম পান | সবাৰে আগতে চলি যায়। শঙ্কৰে জানিয়া মনে বান্ধিত তেতি ৰৈল দুয়ো উটিয়া চাই। পাচে সিটো বাট এৰি আত পথে গৈল নবি যতেক ওকত লগে আছে। শৰ পাচে পাচে আনে যত লোক নাই | গৈলা সবে শৱৰ কাছে। ৩১৬১ দেখিল পাচে তান পক্ষীসব অসংখ্য ডালে পাতে লাগিয়া আছয়। দেখি বৃক্ষ ৰুময় তাতে পকী কায় দেখি ভক্তে বিয়ে হয়।