পৃষ্ঠা:গুৰুচৰিত.djvu/৬৯৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তনি আহে৷ ৰায় যাইবা গল্প কে পাই নৈ হতে পাইবা বৃন্দাবন। বুগলে নিশ্চয় আমি নাই নাইবা তুমি | এডুকো নেৰিবা বৃন্দাবন। বুলিহে নিষ্ট কৰি গঙ্গা জগন্নাথ ঘূৰি | আসিবাহ মোহেৰ বচন ৩১৫৪ মুনা পুলীন বন পাইবে আপোনাৰ খাৰ | দেখিবেক গিৰি গোৱৰ্ধন।। নিবা নিশ্চয় কৰি আউৰ নাহিৰে ঘূৰি | পাইলে পূৰ্ব সেহি বৃন্দাবন। আম বক কেশী কংস মল্ল কুৱলয় এল | কৈলা যিটো জগতৰ পতি। বাত পৰে নাহি কেৱ জগতৰ আদি এৰ এৱে কৃষ্ণ জানিবা সম্প্ৰতি।৩১৫৫ কৰি আছে সেৱা আমি সেহি প্ৰাণ এ শী কায় বাক্য মনে দৃঢ় কৰি। এতেকেসে বোললা আমি শুনিময় মাধৱ তুমি | মোৰ কথা থাকিবা সুমৰি। বুলিোেহ নিষ্ট কৰি গোকুল মধুৰী নাইবা নই। হাক দিলো। আসিয়া দুনাই ঘূৰি জগন্নাথ হয়ে ফুৰি নিম কৰিয়া আমি কৈশো ৩১৫৬