পৃষ্ঠা:গুৰুচৰিত.djvu/৬৬৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেহ গোট বোৰ নাচি লৈ মোৰ | ভাৰ্য্যা-পুত্ৰ তাতে ষো। পাটি নাইলে মাখে তুলি লৈ | ভাৰ বহিবাৰ ওজা। ২০১৭ তৈলে এই অন্ধ ভঙ্গি গো | তিল মাত্ৰ মন নাই। তৈলাহে দুদ্ধি কোচতে ি | নলৈলোহে চক্ষু খাই। মই সেৱাচোৰ বিষয়ে এক দেখিবো কেন বিছি। মাগোহো প্ৰসাদ | দিয়ে আবাৰ | চোক মোৰ দুদ্ধি। ২০১৮ তুমি বিনে গতি জানিলে সতি | নাই নাই মোৰ আন। কৰা মোক দিয়া দূৰ হেৰু মায়া | দিবোক প্ৰভু শৰ।। এৱা কীৰ্তন মুখে বা ফুফ নাম। সাধুৰ সঙ্গতি | বিনে নাই গতি মুখে বোলা ৰাম ৰাম। ২৯৯৯