পৃষ্ঠা:গুৰুচৰিত.djvu/৬৬১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বা তুমি হেন কাম গোেলাই জমোৰ নাম | হইবেক প্ৰসিদ্ধ জগত। কৰিব ভ প্ৰীতি ধৰিব লা নীতি | ভেবে থান পাইবা বৈকুণ্ঠত।২৯৯২ চান কী আদি যত কমল | নকৰিবা তুমি আত ৰত। এ কীৰ্তন কৰি সুদৃঢ় বিশ্বাস কৰি | আচৰি সদা মোৰ মত। যত দে কৰ্মফল | সবে ভৰি তুল | সাধুসঙ্গ সবাতো অধিক। কৰা আত দৃঢ় ৰতি নাম বিনে নাই গতি | আন ধৰ্ম কৰ্ম তেজিয়োক ২৯৩ জানিবা যতন কৰি দেৱৰে দেৱা হৰি | তা ভজা তেৰি আন কাম। দৈৱকীনন্দন বিনে নাই নাই গতি ভিমে | জন্টে কৰি ধৰা আন নাম। এহি বুলি শিক্ষা দিয়া আনলে ওখাতে ৰৈ পৰম হৰি কৰি মনে। যত ধু ত লোক কহহা সবে শুনিয়োক দিয়া মন ও মণে ২৯৯৪