পৃষ্ঠা:গুৰুচৰিত.djvu/৬৫৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাৰ্যাৰ বচন | পেলাব নোৱাৰি সিয়ো দিন। পাচে গৈল। দামোদৰে যাই পাইনা সেহি ঠাই | দেখে ভক্তে নাম গাই। কৃষ্ণৰ মন্দিৰ | সোমাই দ্বিজবৰ আসনে বসিলা যাই। ২৯৭৯ নমস্কাৰ কৰি ভকতৰ শাৰি | বসিবাক নানয়। দেখি গুৰু চাই | হাসি মুচুকাই আনন্দ মনে কয়। পুৰাণ ভাৰত | ভাগৱত যত | কথাৰূপে বসি কত। বোলে গৈলো মৰি ছিগি যাই ভৰি বিবৰ মহাস। ২৯৮০ দিগন্ত শৱৰে | আনি অনৰে | ভোনীক সেহি ভাৱে। গৈলা বিপ্লব আপুনাৰ বৰ হাতবোৰ কৰি পাৰে। বোল বিএবৰ নবাইবোব মই আৰৰ। আৰ্যাৰ আগত। | কথা কহিল, বেলে বা ছিলে নৰে॥ ২৯৮১