পৃষ্ঠা:গুৰুচৰিত.djvu/৬৫৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুচৰিত গুৰু দামোদৰে গৈলা যেবে ঘৰে | শুনা পাচে যেন কৈল। পুনৰণি ঘৰ | আসি শঙ্কৰৰ নমস্কাৰ কৰি ৰৈল। শৰুৰে দেখিয়া বাক্যে আখাসিয়া বলে মাত্ৰ বসিয়োক। শুনা কৃষ্ণকথা ভক্ত সঙ্গে এবা | দিয়া এহি মুনিহ মোক। ২৯৭৪ বসিত পাচে কতত বেলি আছে | উচপিচ মনে কৰে। কাটি কুটি কৰি | ডাতে পাৰে ভৰি | দেখিয়া হাসে শঙ্কৰে। বোলে উঠি গৈলে হাসিবে সকলে হেন মনে গুণি আছে। কৰি মন। | কথাৰ এ শৰে থৈলন্ত পাচে।২৯৭ কড়ি দুইপোণ আৰৰ তৈল-তোণ | চাউল কঠা চাৰি মান। • চৰু ভৰি আনি দিল। ভোজনী আউৰ তাম্বুল পাণ।