পৃষ্ঠা:গুৰুচৰিত.djvu/৬২৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুৰিত শক গুৰু লৈলে কৃষ্ণ ভকত ভৈলো বুলি কৰে আনন্দ অপাৰ।। ভৰিবো সংসাৰসিন্ধু | শঙ্কৰেসে নিবন্ধু | নামধৰ্ম্ম জানিলোহে সাৰ। ২৮৩৩ গুণ বশ শঙ্কৰৰ। | কহিল মাধৱৰ নাৰায়ণ পৰম মহন্ত। শুনি আনন্দিত মন যত জ্ঞাতি বন্ধুগণ বসি সবে আনন্দ কয়। বেলে বলে সবে হাসি নাৰায়ণ তুমি আমি সাহাকে বস্ত্ৰ ধন দিয়া। ইয়াৰ জানিলে আমি নামধন দিয়া তুমি আমাক লৈলাহা কিনিয়া। ২৮৪। বেসাইদহা নামৰ বোলে বাপু নাৰায়ণ শঙ্কৰদেৱৰ চৰণত। মিত্ৰ বন্ধু বান্ধৱক বাটি দিলা সমস্তক লৈলো আমি বাদি হৃদয়ত। পুপ তামুলক দিয়া সবাইকে সতেবিয়া | শঙ্কৰৰ ঠাইক পুৰু গৈলা। ভেস্টিলেক আসি যেবে শঙ্কৰে দেখিয়া তেৰে সুমধুৰ বচনে তু২ি৮৩৫ সবংশে ভকত ভৈলা কৃষ্ণ শৰ লৈ শত কৈলা মনে।