পৃষ্ঠা:গুৰুচৰিত.djvu/৬২৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম ও তা। প্ৰণামিলা বনে তুমি একপূৰা চাউল দিল। দেখিয়া মাধৱ | চালিত গাৱ আসনে নিয়া বৈসাইল। কৰি ভাৱ। | অৱনত পায় আসনে বসিলা যাই। মনত হৰিযে অমৃত বৰিছে দুইকো দুই ৰঙ্গে চাই॥২৮২৬ মাধৱে আশ্বাসি | বুলিত হাসি যৰে চানো তুমি বাইব। মোৰ প্ৰিয়তম বান্ধৱ পৰম কতো দিনে গৃহ পাই। তোমাৰ লগত | বস্তু দ্ৰব্য যত কিবা আছে কি নাই। নি নাৰায়ণে | কহিলা তেখনে মাধৱৰ মুখ চাই॥২৮২৭ চাউল তৈল লেন | আয় সকল বস্তু মোৰ নাও জুৰি। তুমি মাৰ মোক দয়া কৰিয়োক | এই দুই পাৰে নেৰি। এহি বুলি যাই | মাথা পৰাই সেৱা কৰিাক গৈল।