পৃষ্ঠা:গুৰুচৰিত.djvu/৬১৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

•এহি আহ কৰা জাতে বেৰ লও। ভকতৰ সঙ্গে সেৱা কৰিবাক পা। কৰিৱো কৰুণ কৃপাময় হেন নি। কৰোহো৷ কাকুতি বোল ৰাম ৰাম ৰাণী ২০১৫ দুলড়া যেবে ঘৰ-বাৰী ভৈল হেন আনি তাত আনৰে পাচে। গত বিদিত নাৰায়ণ ভক্ত বিদায় কৰিয়া আছে। এভাতে উঠিয়া | নদীতীৰে গৈয়া | কলিন্ত গাৱ স্নান। শৰৰ পাৱে | পলি এৰে বুলিও নাৰায়ণ॥২৮১ আমি গৃহে যাওঁ ওযু নাজ্ঞা পাওঁ চৰণে কাকূতি কৰে। দিয়ে অনুমতি আমাক সম্প্ৰতি তোমাৰ পাৱত ধৰে। শৰে দেখিয়া বোণ হাসিয়া না নাৰায়ণ তুমি।