পৃষ্ঠা:গুৰুচৰিত.djvu/৬০৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হয়ে চিৰীৰ দু ভক্তি হোক। কৰি আখাস পাচে মাথে দিয়া হাত। নকৰা ক্ৰন্দন উঠি বসিয়ো আসনে। শুনি নাৰায়ণে গৈয়া বসিলা তেনে ২২৭ পুঃ নমস্কাৰ কৰি তুতি বাণী বুলি। চৰণৰ ধুলা হাতে মাথে লৈ তুলি। লাসে লাসে গৈলা তেবে কৰি পাচভৰি। বাসাক চলিলা পুনু নমস্কাৰ কৰি ২৭২৮ বাৰাদি হন্তে তেবে মাধৱে আসিলা। আসনে বসিয়া ৰঙ্গে ভৰি পখালিলা। ভকতৰ সঙ্গে ৰঙ্গে শঙ্কৰ আছত। মাধৱে আসিয়া নমস্কাৰ কৰিলন্ত॥২৭২৯ শঙ্কৰে বুলিলা দেখি মাধৱক চাই। আপুন আসনে তুমি বসিয়েক যাই। হেন শুনি ৰঙ্গে যাই বসিলা আসনে। শৰে অধিলা তেবে বধুৰ বচনে॥২৭৩ দিন চাৰি ভৈল কড়ি বিচাৰিৰে গৈলা। কহিয়োক কথা মোক পাইলা কি নাপাইনা। মাধৱে বোল কড়ি বিচাৰি নাপাইলো। একড়া কড়িয়ো নাই দুখ মাত্ৰ পাইলো ২৩১ শৰে বোলত তুমি না মোৰ বাণী। আলি আছে ইঠাইক মনুষ্য একখানি।