পৃষ্ঠা:গুৰুচৰিত.djvu/৫৯৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এহি অনুগ্ৰহ কৰা মোক দাস বুলি ধৰা | সংসাৰ সাগৰে নিৰিময়া ২৬৫ তুমি বিনে পৰিত্ৰা কৰা নাহিকে কান | নেদেখোতহা তিনি ভুৱনে। নাই নাই তুমি বিনে গুৰুদেৱ নাম বিনে | নিলে নিশ্চয় মোৰ মনে। মায়া-মোহপাশে বাজি ধৰিলেক মোক চান্দি লাৰিবে নোৱাৰৰ হাত ভৰি। মুকলি কৰিয়ো মোক ঝাষ্টে তাক কাটিয়ে কৰোহ কাকুতি পাৰে ধৰি।২৬৭৬ তোমাৰ চৰণে মন পশিসোহে নাৰায়ণ | মোৰ বন্ধু তুমি বিনে নাই। কৰিয়ে উদ্ধাৰ ৰাপ সংসাৰৰ তিনি তাৰ | নিবাৰত তুমি বিনে নাই। মাগোহহা কাপূণ্য কৰি হাতে দাতে তৃণ ধৰি মোৰ মুখে নছাৰৰ নাম। চৰণে কাকৃতি কৰে নে মই নপালনে নিৰে বোল ৰাৰ ৰাম ২৬৭