পৃষ্ঠা:গুৰুচৰিত.djvu/৫৯০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুৰু-চৰিত পঞ্চম খণ্ড শঙ্কৰদেৱৰ দামোদৰদেৱৰ লগত মিলন, দ্বিতীয়বাৰ তীৰ্থভ্ৰমণ, নানা পুথি, গীত, কবিতা, ৰচনা আৰু বিস্তাৰিত ৰূপে ধৰ্ম প্ৰচাৰ | দুলড়ী। কৰি হতবোৰ বোলে বাপ মোৰ চৰণত নমস্কাৰ। কোন স্মৰ আছে ভাগ্য মোৰ তাতেসে পাইলো ইবাৰ। বিনয় বচন | বোলে নাৰায়ণ | কালি কান্দি প্ৰেমভাৱে। জমে জন্মে গতি তৰু পদে মতি | হোক এহি দুই পাৰে। ২৬৬৯ শঙ্কৰে দেখিয়া বাক্যে আশ্বাসিয়া | বুলিলা মধুৰ বাণী। কৰা থিৰ মন। | না নাৰায়ণ | তুমি বৰ মহাজ্ঞানী। জানো মন শুদ্ধ। তুমি মহা বুধ সুহৃদ মোৰ পৰম।