পৃষ্ঠা:গুৰুচৰিত.djvu/৫৮৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭ কৰিলোহে সম্ভাষণ দিল শোক সমিধান উলটিয়া ঘৰে আহি ৰৈলো। ২৬৬৬ যেন মত্ত গতৰা অঙ্কুশৰ স্বাৱ পাই | সেহিভাৱে লৈ মোৰ মন। সপোনতো দেখে নিতে মনে সেহি দিন হতে | চিতো আমি তোমাৰ চৰণ। কতৰ ভয়হাৰী | জানিলে নিশ্চয় কৰি দিল মোক আসি উপদেশ। কোনে পাইবে তান অন্ত কৃপাময় ভগৱন্ত | দিলা দেখা ধৰি ছদ্মবেশ ২৬৬৭ মুসুধিলে। থান গ্ৰাম মই মহা মূখাধম | নেপঞ্জিল হেন জ্ঞান মোৰ। মোত পৰে নাহি আন ভক্তি মুক্তি হীনজ্ঞান | মই অধমৰ সেৱাচোৰ। মই মহা অহঙ্কাৰী তেন্তে মোৰ উপকাৰী উপদেশে দিল ভক্তিদান। সুজিববা কিমতে ঋণ মহা উপকাৰী তান্তে বিনে নাহি মোৰ আন। ২৬৬৮