পৃষ্ঠা:গুৰুচৰিত.djvu/৫২৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰামৰম গুৰু ৰামান যে মাধৱ। তিনিয়য় গৈল বৰ হইয়াহে উৎসৱ সিদিনা শব্দে, নাহিকে সভাত .. না অনন্তৰে আৰৰ যেন তৈলা তাত।২০০৬ ৰামদাস মাখৱে প্ৰসাদ বিলাই। ব্ৰাসবক আগে দুইহতো দিল। পাচে গৈয়া একখান তৈলা তাৰ দুই। বিস্ত এসাদ দুয়ো দুইভিতি হুই॥২৩৩৭ বহ সভা বসিছে দিক নপাৰ। এক দিকি কৰি দিয়া সবাকো লৈ যাও। সকলো দিনৰ ইটো নিৰ্বন্ধ হয়। ব্ৰাহ্মণত বিনে আগ পাচ না॥২৩৩৮ সিয়ো দিনা সেহিমতে বিঙ্গান্ত দুয়োজনে। ৰামদাস বামপাশে মাধৱ দক্ষিণে। পুণ্ডৰীগিৰিৰ বেটা তাৰা তিনি ভাই। উপজিলা ক্ৰোধ আবে এসাদ নাপাই॥২৩০৯ গৰ্জি ৰামদাসক উঠিলা তিনিজনে। দেখি মাসে কোং কৰি মনে। চাউল খুখুৰী থৈয়া সভাৰ মাজত। দান্ত কামুৰিয়া বস্তু বাকি কালত। ২৩৪• দেখি মাধৱদেৱে গৈলা শত্ৰ কৰি। বুলিল কি কৰা সোহাতে হানে ধৰি।