পৃষ্ঠা:গুৰুচৰিত.djvu/৫২২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চত দণ্ড চাৰ ছয় মান সুগন্ধ আছিল। জল আপুনাৰ বৰাধৰি গৈল॥২৩৩০ জগন্নাথ আসিবাৰ আনন্দ মিলি। ৰামদাস আসিল শৰে তাক কৈলা। অগয়াথ আসিহিল জানা ৰামদাস। দৱৰ গন্ধে পূৰিলেক দিশপাশ॥২৩৩১ মাসে ৩নি বহু খেদ কৰিলন্ত। ইমত প্ৰসাদ আমি নপাইলো বোলত। আছে মোৰ দুৰ্ভাগ্য ঈশ্বৰে নেদিল। এহিমতে বহু খেদ কৰি ৰহিলন্ত॥২৩৩২ আউৰ দিনা ভাঠিবেলা ভৈল হৰিকথা। গিয়ে দিন জগন্নাথ আসিল তথা। সিদিনাতো কৰি ৱনাৰ গন্ধ চৰে। আমোদিত গন্ধ পাইল লোক সমাৰে। ২০৩০ বোৰ শৰদেৱে মনত আহাদে। আজি পাইলে গোন্ধ ৰামদাসৰ প্ৰসাদে। কালি সমজাত ৰামদাস নাছিল। সেহি হেতু জগন্নাথ আসি আসিলত। ২০৩৪ কৰি মাসে শক নমিল। হৰিক খৈয়া সবে ক গৈল। আৰো যেন কথা তৈল তাক আবে না। কয় কীৰ্তন ডেকাগিৰি একদিন। ২৩৩৫