পৃষ্ঠা:গুৰুচৰিত.djvu/৫২০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুচৰিত এক চৰু মিঠাই আছে শিকিয়া উপৰে। ব্ৰাহ্মণৰ হোৱা এগুটি কচিকৰে ২৩১৯ হাতে সুৱৰ্ণৰ দৰেদালি ধৰি হাসি। সেহি মিঠাই ৯ উপৰে আহা বসি। পুছিলোহে তুমি কৈৰ ঐত কিকাৰণে। বসিয়া আছাহা কহিয়েক ৰঙ্গমনে। ২৩২• তেহে কহিলন্ত মোক সবে বস্তু দিল। এহি মিঠাই চৰু মাত্ৰ পাসৰি ৰহিল। আকে ৰাখি আছে। মই কহিলো সাজাতে। স্বপ্ন দেখি আতা মই কহিলো তোমাতে। ২৩২১ শুনি দেৱ শৰুৰে বিস্ময় মানিলন্ত। তনুকালে মাতি ৰামদাসক কহিলন্ত। ৰৈ এক চৰু মিঠাই ঘৰত তোমাৰ। সিকিয়াৰ উপৰে আছয় জানা সাৰ। ২৩২২ তেহে বোলে নাহি আতা দিয়া গৈলা কালি। পঠাইলা শঙ্কৰদেৱে চোৱা গৈলা বুলি। হেন শুনি তেহে গই দেখিল পাচে। আন্ধাৰ ঘৰত উপৰত বহি আছে। ২৩২৩ পুনৰপি গৈয়া শৰত কহিলন্ত। আনা গই বুলি পুনৰপি পঠাইলত। পাইলা ভকত বোলা সকলে আলোক। সভাত আহিলা মানে কাশি যত লোক। ২৩২৪