পৃষ্ঠা:গুৰুচৰিত.djvu/৫১৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেয় সাধু নিন্দা কৰে যিটো নৰে। কমো তাৰ কেন গতি হবে না। কৈল বিলবে সিটো যাইবে অধোগতি। পুছিলা শৰে পুৰু ভাৰাতে সম্প্ৰতি। ২৩১৪ এতিমাতে সেৱা কৰি শুদ্ধিক নয়। ইলে যে প্ৰতিমা দেৱ হোৱে নহয়। আৰু সেৱা কৰি তদ্ধি হইবে মুহিবেক। এই কথা শুনি বোলে ব্ৰাহ্মণ যতেক। ২৩১৫ হোৱে দেৱ একে কিয় দেৱ মুহিবেক। কিবা হেতু আৰু সেৰি শুদ্ধ মুহিবেক। ঈশ্বৰৰ মূৰ্ত্তি ইটো মহত থাপিত। হেন শুনি শন তৈলেক হৰবিত। ২৩১৬ উচ্চ কৰি সমস্যাত হৰি ৰোলাই। সভা বিক্ৰিয়া পাচে গৃহক গৈলত। সমস্ত প্ৰসাদ ভকতৰ দিয়া গৈল। এক চক মিঠাই মাত্ৰ পাৰতে ৰৈল।২০১৭ তাক কেহ নানি বহি আহে বুলি। আন্ধাৰ ঘৰত থৈলা পৰত তুলি। ৰাত্ৰি এক বিধবা সপোন দেখিলত। এভাতে শঙ্কৰদেৱত কহিল। ২৩১৮ দেখিলো সপোন আতা তোমাৰ আগত। কয়ে তানিয়োক বামদাস।