পৃষ্ঠা:গুৰুচৰিত.djvu/৫১৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ন্যইব আমি সব বুলি বিগণ। এহিমতে অস্যো অতে কৰি আলোচনা লোত কহিবো কৈত পাই গৰীব। কাঠখান বাঢ়ৈ কাটি আয় সাক্ষাত। ২৩ এহি কথা শঙ্কৰদেৱে যেন শুনি। মাতি ৰামৰামক তেখনে আনিলত। কহিল ব্ৰাহ্মণসব কথা যত। কৰি উপায় এক তেনে মনত ২৩০০ লোভাবিষ্ট বিপ্ৰসৰ আহিৰে নাম শুনি। মাতিল মাত্ৰকে সবে আহিবে আপুনি। এহি বুলি লোকত শুনায়া আলোচন্ত। কাক কিবা দিবা ৰাময়ত পুছত। ২৩৫ আচাৰ্য কণী মিশ্ৰ উপাধ্যায় ভাৰতী। কাকো সোণা তোলা আধাতো কাকো প্ৰতি। কাকো একহ কাকে ডেৰমহা দিবো। এহিমতে ব্ৰাহ্মণক সম্মান কৰিবৰ। ২৩৬ এহি কথা লোকে গৈয়া তাৰত কয়। শুনি উল্লাসিত আতি যত বিয়ে। পাচে ভক্ষণ চাই শঙ্কৰে দিকে। সমস্ত লোকক মাতি আনিল এত্যেক। ২৩০৭ ব্ৰাহ্মণসবক মতই কৰিলন্ত মান। আসিল হৰিষ মনে যত বিগণ।