পৃষ্ঠা:গুৰুচৰিত.djvu/৫১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তি বুঢ়ায়ে বোলে নগৈল ঈশ্বৰে বিল কহিল শঙ্কৰে দুনাই। একপাহ কেশ আছে দুগ্ধৰ তলত হই | নুই চোৱা দুগ্ধক চাই। ঈশ্বৰে নলৈল তাতে | দেখিল বুঢ়ায় | দুগ্ধ তলে চুলিগাছ আছে। কমনে জানিল আক বুলিয়া ব্ৰাহ্মণজাক | আশ্চৰ্য্য মানি মনে পাচে।২২৯৩ বোলত শঙ্কৰ মুই মনুষ্য ঈশ্ব অংশ অৱতাৰ জানিবা নিশ্চয়। তনা সাধু নিৰন্তৰ। | এহিমতে সব | বহুবিধ চৰিত্ৰ অহয়। শুনিয়োক সৰ্বজন কৃষ্ণপাৱে-দিয়া মন | শঙ্কৰ চৰিত্ৰ মনোহৰ। শুনতে অমৃত সম সম্যকে পাপৰ ৰ হেন গনি শুনা নিৰন্তৰ। ২২৯৪ কলিমল সাগৰত ওল গৈল লোক ৰত মন্ত শঙ্কৰ কানিলত। কৃষ্ণ সমে নামৰ লোকক প্ৰকাশ কৰি সমস্ত গত ভাৰত। হৰিঙক্তি দান কৰি সমস্ত লোকক ইটো তাবিল সংসাৰ যোৰ সিন্ধু।