পৃষ্ঠা:গুৰুচৰিত.djvu/৫০৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এ বুলি শবে কাৰো মন সুস্থ নাই॥২২৬৫ অ মালা ধৰি নাম লৈয়া ফুৰে ব্ৰাহ্মণে লাগাল পাই। অৰে ভকতিয়া | বুলিয়া নিলয় ক্ৰোধ কৰি মুখে চাই। ই শস্থে আমাৰ নাসিবি ভকিয়া বুলিয়া বিস্তৰ গঞ্জে। মালা কাঢ়ি নিয়া | বিতণ্ডা কৰিয়া আৰে কুকুৰৰ লাঞ্জে॥২২৬৬ পণ্ডিত ব্ৰাহ্মণে | ভকতক পাই অন্যায় কৰে বিৰ।. | গৃহক মালয় উতে নেদি উত্তৰ।। ৰ পাৰে | নমস্কাৰ কৰি | ভকতে কহে কথাক। এখত আইবাক | নাগৰিক দ্বিজে | কৰ্ণি মাৰে আমাক ২২৬৭ | মালাক আৰয় হাতৰ লৈ যায় কাঢ়ি।