পৃষ্ঠা:গুৰুচৰিত.djvu/৪৭৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় খণ্ড ৪৬০ এৱণ কীৰ্তন কৰি তৰোক সময়ে লোক | পদবন্ধে কৰি এটাৰ। কৃপাময় শঙ্কৰ দেখ কেনে মহা বিচাৰিয়া সমস্ত শাক। কৃপাময় নাম ধৰ্ম্ম | কলিত প্ৰচাৰ কৰি | তাৰিলন্ত সমস্ত লোক। ২১৫৯ ই কথা থাকোক আবে শুনিয়োক সাধু সবে যেন কথা ভৈল আতপৰ। কে হন্তে ভাগৱত | এন্থ লৈয়া আসিল পঢ়িবাক এক বিবৰ। ২১৬